সিংঘু-সীমান্তত-ৰছীৰ-ওপৰত-নট-শিল্পীৰ-টলমল-জীৱন

Sonipat, Haryana

Oct 30, 2021

সিংঘু সীমান্তত ৰছীৰ ওপৰত নট শিল্পীৰ টলমল জীৱন

ছত্তিশগড়ৰ নিজ গাঁৱৰ পৰা নট শিল্পীসকলে দিল্লীৰ সিংঘু সীমান্তলৈ অহা-যোৱা কৰে, কৃষকৰ এই অধিকাৰৰ সংগ্ৰামলৈ সমৰ্থন আগবঢ়োৱা এইসকলৰ নিজ জীৱনবোৰো এক সংগ্ৰাম

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Amir Malik

আমীৰ মালিক এগৰাকী মুক্ত সাংবাদিক আৰু ২০২২ৰ এগৰাকী পাৰি ফেলো।

Translator

Srishti Shreyam

সৃষ্টি শ্ৰেয়ম মুম্বাইস্থিত এগৰাকী ইণ্টাৰডিচিপ্লিনেৰি শিল্পী। পূৰ্বতে বিভিন্ন অসমীয়া নিউজ চেনেলত কাম কৰা সৃষ্টিয়ে ভইচ অভাৰ আৰ্টিষ্ট হিচাপে আৰু অসমীয়া ভাষা বিশেষজ্ঞ হিচাপে কাম কৰি আহিছে। তেওঁ অসমীয়া ভাষাত দুখনকৈ চুটিগল্পৰ কিতাপো প্ৰকাশ কৰিছে। সৃষ্টি এগৰাকী চলচ্চিত্ৰ নিৰ্মাতাও। তেওঁ এখন চুটিছবি লিখিছে আৰু পৰিচালনা কৰিছে।