মানসিক-উদ্বেগৰ-ঢৌ-তোলা-বিদৰ্ভৰ-কৃষি-সংকট

Yavatmal, Maharashtra

Mar 24, 2023

মানসিক উদ্বেগৰ ঢৌ তোলা বিদৰ্ভৰ কৃষি সংকট

জলবায়ুৰ অনিশ্চয়তা আৰু ইয়াৰ ফলত হোৱা আৰ্থিক ক্ষতিয়ে মহাৰাষ্ট্ৰৰ এই খৰাংপীড়িত অঞ্চলৰ বাসিন্দাৰ মানসিক স্বাস্থ্য ভগ্নপ্ৰায় কৰি তুলিছে

Want to republish this article? Please write to zahra@ruralindiaonline.org with a cc to namita@ruralindiaonline.org

Author

Parth M.N.

পাৰ্থ এমএনঃ পাৰ্থ এমএন এগৰাকী পাৰি ফেল'। তেওঁ লছ এঞ্জেলছ টাইমৰ ভাৰতৰ বিশেষ সংবাদদাতা আৰু বিভিন্ন অনলাইন পৰ্টেলৰ মুক্ত সাংবাদিক। তেওঁ ক্ৰিকেট খেলি আৰু ভ্ৰমণ কৰি ভাল পায়।

Editor

Pratishtha Pandya

প্ৰতিষ্ঠা পাণ্ডিয়া আহমেদাবাদ বিশ্ববিদ্যালয়ৰ এগৰাকী ফেকাল্টি মেম্বাৰ। কবি তথা অনুবাদক পাণ্ডিয়াই গুজৰাটী আৰু ইংৰাজী ভাষাত কাম কৰে। তেওঁ পাৰিৰ বাবে লিখা-মেলাৰ লগতে অনুবাদো কৰে।

Translator

Manoranjan Majumder

মনোৰঞ্জন মজুমদাৰ এজন পেছাদাৰী অনুবাদক ৷ তেওঁ অৱসৰ সময়ত চিনেমা চাবলৈ আৰু কিতাপ পঢ়িবলৈ ভাল পায় ৷