বানৰ-শংকাত-নিতৌ-বুৰিছে-কলহাপুৰৰ-কৃষক-মজদুৰ

Kolhapur, Maharashtra

Dec 03, 2022

বানৰ শংকাত নিতৌ বুৰিছে ক’লহাপুৰৰ কৃষক-মজদুৰ

অত্যধিক বৃষ্টিপাত আৰু বানপানীৰ ফলত খেতিৰ কাম আৰু নিয়োগৰ সুবিধা একেবাৰেই নাইকিয়া হৈ পৰাত ক’লহাপুৰ জিলাৰ ভাৰাতীয়া খেতিয়ক আৰু কৃষিশ্ৰমিকসকলে মানসিক স্বাস্থ্যজনিত সমস্যাত ভুগিবলগীয়া হৈছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Sanket Jain

সংকেত জৈন মহাৰাষ্ট্ৰৰ ক’লহাপুৰৰ এগৰাকী সাংবাদিক। তেওঁ ২০২২ৰ এগৰাকী জ্যেষ্ঠ ফেল’ আৰু ২০১৯ৰ পাৰি ফেল’।

Editor

Sangeeta Menon

সংগীতা মেনন মুম্বাইৰ এগৰাকী লেখিকা, সম্পাদিকা আৰু কমিউনিকেশ্যন কনছালটেণ্ট।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।