বিজুলী-পানী-শৌচালয়-অবিহনেই-চলে-জিলা-পৰিষদৰ-বিদ্যালয়বোৰ

Osmanabad, Maharashtra

May 31, 2019

বিজুলী, পানী, শৌচালয় অবিহনেই চলে জিলা পৰিষদৰ বিদ্যালয়বোৰ

বিজুলীৰ বাঢ়ি অহা বিল, বাজেট কৰ্তন আৰু অৱহেলাৰ কাৰণে মহাৰাষ্ট্ৰৰ জিলা পৰিষদৰ বিদ্যালয়বোৰ জহি-খহি গৈছে, শিক্ষক-ছাত্ৰ সকলোৱে জৰ্জৰিত পৰিৱেশত শিক্ষাৰ বাবে যুঁজ দিবলগীয়া হৈছে। চাৰিটা ভাগত লিখা ধাৰাবাহিক প্ৰতিবেদনৰ এয়া চতুৰ্থটো

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Parth M.N.

পাৰ্থ এমএনঃ পাৰ্থ এমএন এগৰাকী পাৰি ফেল'। তেওঁ লছ এঞ্জেলছ টাইমৰ ভাৰতৰ বিশেষ সংবাদদাতা আৰু বিভিন্ন অনলাইন পৰ্টেলৰ মুক্ত সাংবাদিক। তেওঁ ক্ৰিকেট খেলি আৰু ভ্ৰমণ কৰি ভাল পায়।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।