chasing-gold-on-a-tar-road-in-parbhani-as

Parbhani, Maharashtra

Aug 29, 2023

পাৰভানিত স্বৰ্ণৰ স্বপ্নৰে দিঠকৰ কঠিন দৌৰ

মহাৰাষ্ট্ৰৰ গ্ৰামাঞ্চলৰ যুৱ খেলুৱৈসকলে দুৰ্বল আন্তঃগাঁথনি আৰু ৰাজ্য চৰকাৰৰ সমৰ্থনৰ অভাৱ স্বত্বেও পদক জিনি উজ্বলি উঠিছে। ২৯ আগষ্ট, ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে এক প্ৰতিবেদন

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Jyoti

জ্যোতি পিপলচ্ আৰ্কাইভ অব ৰুৰেল ইণ্ডিয়াৰ জ্যেষ্ঠ প্ৰতিবেদক। ইয়াৰ আগতে তেঁও 'মি মাৰাঠী' আৰু 'মহাৰাষ্ট্ৰ১' আদি নিউজ চেনেলত কাম কৰিছে।

Editor

Pratishtha Pandya

প্ৰতিষ্ঠা পাণ্ডিয়া আহমেদাবাদ বিশ্ববিদ্যালয়ৰ এগৰাকী ফেকাল্টি মেম্বাৰ। কবি তথা অনুবাদক পাণ্ডিয়াই গুজৰাটী আৰু ইংৰাজী ভাষাত কাম কৰে। তেওঁ পাৰিৰ বাবে লিখা-মেলাৰ লগতে অনুবাদো কৰে।

Translator

Manoranjan Majumder

মনোৰঞ্জন মজুমদাৰ এজন পেছাদাৰী অনুবাদক ৷ তেওঁ অৱসৰ সময়ত চিনেমা চাবলৈ আৰু কিতাপ পঢ়িবলৈ ভাল পায় ৷