assams-gamusa-weavers-are-in-trouble-as

Udalguri, Assam

Jul 04, 2024

সমস্যাত ভুগিছে অসমৰ শিপিনী

হাতেবোৱা তাঁতশালৰ কাপোৰ অসমীয়া সমাজ জীৱন আৰু সংস্কৃতিৰ অভিন্ন অংগ। উৎসৱ-পাৰ্বণত বোৱা কাপোৰৰ চাহিদা বাঢ়ে, পটনে দেউৰীহঁতৰ দৰে অসমীয়া মহিলাৰো হাত তাঁতশালত খৰকৈ চলে। কিন্তু কাপোৰ বৈ উলিওৱাৰ বিনিময়ত পোৱা সামান্য মজুৰি আৰু ঋণ লোৱাৰ সীমাবদ্ধতাই তেঁওলোকৰ সপোন বাৰে বাৰে মোহাৰি যায়

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Mahibul Hoque

মহিবুল হক অসমৰ এগৰাকী মাল্টিমিডিয়া সাংবাদিক আৰু গৱেষক। তেওঁ ২০২৩ৰ পাৰি-এমএমএফ ফেল’।

Editor

Priti David

প্ৰীতি ডেভিদ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী সাংবাদিক আৰু পাৰিৰ শিক্ষা সম্পাদক। তেওঁ গ্ৰামীণ সমস্যৰাজীক শ্ৰেণীকোঠা আৰু পাঠ্যক্ৰমলৈ আনি আমাৰ সময়ৰ সমস্যাবোৰ যুৱচামৰ লগত লগ লাগি নথিভুক্ত কৰাৰ কাম কৰে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।