a-potato-a-day-kept-the-doctor-away-for-years-as

Idukki, Kerala

Aug 09, 2023

নিতৌ এটা আলু খাবা, ডাক্তৰ চাহাবক দূৰতে ৰাখিবা

কেৰালাৰ ইডুকি পাহাৰৰ এডামলাকুড়ীৰ প্ৰাথমিক বিদ্যালয়ৰ আদিবাসী ল’ৰাবোৰে আত্মপ্ৰত্যয়েৰে ভৰা কণ্ঠৰে এগৰাকী ডাক্তৰক সম্বোধি গান গাইছে। দৰাচলতে তেওঁলোকে এইটো তেওঁলোকৰ নিজৰ শ্ৰেণীৰ ছোৱালীবোৰে গোৱা ‘আলুৰ প্ৰশস্তি গীত’ৰ সৈতে ফেৰ মাৰি গাইছে

Translator

Lonli Gogoi

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

P. Sainath

পি. সাইনাথ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ প্ৰতিস্থাপক সম্পাদক। তেওঁ ভালেকেইদশক ধৰি গ্ৰামীণ সাংবাদিকতা কৰিছে আৰু ‘এভ্ৰিবাডি লাভচ্ এ গুড ড্ৰট’ আৰু ‘দা লাষ্ট হিৰোজ: ফুট চলজাৰ্ছ অৱ ইণ্ডিয়ান ফ্ৰীডম’ শীৰ্ষক গ্ৰন্থ দুখনৰ লিখক।

Translator

Lonli Gogoi

ল’নলী গগৈ এগৰাকী মুক্ত অনুবাদক আৰু সমল লেখক। তেওঁ ইউনিভাৰ্চিটি অৱ ৱেলচৰ পৰা তথ্য ব্যৱস্থাপনা বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে। তেওঁৰ যোগাযোগৰ ইমেইল আইডিঃ [email protected]