why-do-we-vote-as

Jalpaiguri, West Bengal

May 28, 2024

‘আমি ভোট কিয় দিওঁ?’

এজন কবিয়ে আমাৰ এই গণতান্ত্ৰিক দেশৰ লোকসভা নিৰ্বাচনক লৈ লিখিছে আৰু কৈছে যে যেয়ে যি নকওঁক, গণতন্ত্ৰ কেৱল সৰ্বসাধাৰণৰ অধিকাৰক লৈ চলি থাকিব লাগিব

Poem and Text

Moumita Alam

Illustration

Antara Raman

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Poem and Text

Moumita Alam

মৌমিতা আলম পশ্চিমবংগৰ এগৰাকী কবি। দা মিউজিংচ অৱ দা ডাৰ্ক আৰু পয়েমচ্ এট ডে’ব্ৰেক নামে তেওঁৰ দুখনকৈ কাব্যগ্ৰন্থ প্ৰকাশ পাইছে। তেওঁৰ কবিতা তেলেগু আৰু তামিল ভাষাতো প্ৰকাশ পাইছে।

Illustration

Antara Raman

অন্তৰা ৰমন এগৰাকী চিত্ৰকৰ আৰু ৱেবছাইট ডিজাইনাৰ। সামাজিক প্ৰক্ৰিয়া আৰু ৰূপকথামূলক চিত্ৰকল্পৰ প্ৰতি তেওঁৰ আগ্ৰহ আছে। বেংগালুৰুৰ সৃষ্টি ইনষ্টিটিউট অৱ আৰ্ট, ডিজাইন আৰু টেকনলজিৰ স্নাতক অন্তৰা ৰমনে বিশ্বাস কৰে যে কাহিনীৰ কথকতাৰ পৃথিৱীখন আৰু সচিত্ৰকৰণ, দুয়োটা পৰস্পৰৰ সহযোগী।

Editor

Pratishtha Pandya

প্ৰতিষ্ঠা পাণ্ডিয়া আহমেদাবাদ বিশ্ববিদ্যালয়ৰ এগৰাকী ফেকাল্টি মেম্বাৰ। কবি তথা অনুবাদক পাণ্ডিয়াই গুজৰাটী আৰু ইংৰাজী ভাষাত কাম কৰে। তেওঁ পাৰিৰ বাবে লিখা-মেলাৰ লগতে অনুবাদো কৰে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।