vajesinh-pargi-a-life-in-letters-and-worse-as

Dahod, Gujarat

Oct 14, 2023

আশাময় জীৱনৰ অনন্তমালা গাঁথি ৱজেসিং গ’ল: কবিতাবোৰ নিনাদিত হ’ল

গুজৰাটৰ আদিবাসী কবি ৱজেসিং পাৰগিৰ ২০২৩ৰ ২৩ ছেপ্টেম্বৰত দেহাৱসান ঘটে। গুজৰাটী সাহিত্যৰ মূল ধাৰাত উপেক্ষিত হৈ অহা এইগৰাকী কবিয়ে অবৰ্ণনীয় কষ্টকৰ জীৱনটোৰ ইচ্ছা-আকাংক্ষা, পীড়া আৰু পেটৰ ভোকক লৈ কবিতা লিখি যায়। মাতৃভাষা পঞ্চমহলি ভিলি আৰু গুজৰাটী ভাষাত কবিতা লিখা এইজন কবিলৈ এয়া এক শ্ৰদ্ধাঞ্জলি

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Pratishtha Pandya

প্ৰতিষ্ঠা পাণ্ডিয়া আহমেদাবাদ বিশ্ববিদ্যালয়ৰ এগৰাকী ফেকাল্টি মেম্বাৰ। কবি তথা অনুবাদক পাণ্ডিয়াই গুজৰাটী আৰু ইংৰাজী ভাষাত কাম কৰে। তেওঁ পাৰিৰ বাবে লিখা-মেলাৰ লগতে অনুবাদো কৰে।

Photos and Video

Umesh Solanki

সাংবাদিকতাৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী উমেশ সোলাংকি আহমেদাবাদৰ এগৰাকী ফটোগ্ৰাফাৰ, তথ্যচিত্ৰ নিৰ্মাতা আৰু লিখক। তেওঁ যাযাবৰী জীৱন ভাল পায়। তেওঁ তিনিখনকৈ কবিতাপুথি, এখন কাব্য-উপন্যাস, এখন উপন্যাস আৰু এখন অকাল্পনিক সংগ্ৰহ লিখিছে।

Editor

P. Sainath

পি. সাইনাথ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ প্ৰতিস্থাপক সম্পাদক। তেওঁ ভালেকেইদশক ধৰি গ্ৰামীণ সাংবাদিকতা কৰিছে আৰু ‘এভ্ৰিবাডি লাভচ্ এ গুড ড্ৰট’ আৰু ‘দা লাষ্ট হিৰোজ: ফুট চলজাৰ্ছ অৱ ইণ্ডিয়ান ফ্ৰীডম’ শীৰ্ষক গ্ৰন্থ দুখনৰ লিখক।

Translator

Dhrubajyoti Dhanantari

ধ্ৰুৱজ্যোতি ধনন্তৰি গুৱাহাটীৰ এগৰাকী সাংবাদিক।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।