the-pari-library-wrapping-up-2024-as

Dec 16, 2024

পাৰি লাইব্ৰেৰীৰ ২০২৪ বৰ্ষটো

২০২৪ বৰ্ষটোত পাৰি লাইব্ৰেৰীয়ে আৰ্কাইভ কৰা সমলসমূহত চকু ফুৰালে দেখা যায় আমি সংগ্ৰহ কৰা সমলৰ আটাইতকৈ মনোগ্ৰাহী আৰু গুৰুত্বপূৰ্ণ তথ্য-পাতি দেশৰ নিৰ্বাচন, অৰ্থনীতি আৰু পৰিৱেশৰ সৈতে জৰিত

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Swadesha Sharma

স্বদেশা শৰ্মা পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী সমল সম্পাদক আৰু গৱেষক। তেওঁ পাৰি লাইব্ৰেৰীৰ বাবে সমল গোটোৱাৰ হেতু স্বেচ্ছাসেৱকৰ সৈতে কাম কৰে।

Editor

PARI Library Team

পাৰি লাইব্ৰেৰী গোটত কাম কৰা দ্বীপাঞ্জলি সিং, স্বদেশা শৰ্মা আৰু সিদ্ধিতা সোৱাৱানে সৰ্বসাধাৰণ আৰ্কাইভৰ বাবে জৰুৰী সংগতিপূৰ্ণ নথি পাৰিৰ নীতি অনুসৰি সংগ্ৰহ কৰে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।