the-mosque-at-mari-as

Nalanda, Bihar

Apr 11, 2024

মাৰিৰ মছজিদটো

এটা শতিকা পুৰণি মছজিদ আৰু মাজাৰ (সন্তৰ সমাধিস্তম্ভ) মাৰি গাঁৱৰ স্থানীয় হিন্দু সম্প্ৰদায়ৰ লোকে চোৱাচিতা কৰি আহিছে। বিহাৰৰ নালন্দাত কেনেকৈ সংকীৰ্ণতাক কোনো স্থান নিদিয়াকৈ ধৰ্মীয় মিলা-প্ৰীতিৰে মানুহে সমন্বয়ৰ সংস্কৃতিক শতিকাজুৰি লালন-পালন কৰিছে, এয়া তাৰেই এক প্ৰতিবেদন

Translator

Pankaj Das

Photos and Video

Shreya Katyayini

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Text

Umesh Kumar Ray

উমেশ কুমাৰ ৰায় ২০২৫ৰ এগৰাকী পাৰি তক্ষশীলা ফেল’ আৰু ২০২২ৰ প্ৰাক্তন পাৰি ফেল’। বিহাৰৰ এগৰাকী মুক্ত সাংবাদিক হিচাপে তেওঁ উপান্ত শ্ৰেণীৰ প্ৰতিবেদন যুগুতায়।

Photos and Video

Shreya Katyayini

শ্ৰেয়া কাত্য়ায়িনী পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী চলচ্চিত্ৰ নিৰ্মাতা আৰু জ্যেষ্ঠ ভিডিঅ’ সম্পাদক।

Editor

Priti David

প্ৰীতি ডেভিদ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী সাংবাদিক আৰু পাৰিৰ শিক্ষা সম্পাদক। তেওঁ গ্ৰামীণ সমস্যৰাজীক শ্ৰেণীকোঠা আৰু পাঠ্যক্ৰমলৈ আনি আমাৰ সময়ৰ সমস্যাবোৰ যুৱচামৰ লগত লগ লাগি নথিভুক্ত কৰাৰ কাম কৰে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।