the-bihari-bamboo-basket-maker-as

Alipurduar, West Bengal

Apr 19, 2024

বিহাৰৰ ডুলি নিৰ্মাতাসকল

ডুলি বনোৱাত ববন মাহাতো পাকৈত। ডুলি হৈছে ধান, সৰিয়হ আদি থ’বলৈ বাঁহৰ কাঠীৰে বৰ ডাঙৰকৈ আৰু ওখকৈ বনাই লোৱা পাত্ৰ-বিশেষ। শস্য মজুত কৰি ৰখা এই ডুলিৰ জোখবোৰ তেওঁ হাতেৰেই দেখুৱায়। বিহাৰৰ পৰা তেওঁৰ দৰে বাঁহৰ কাম কৰা পাকৈত হস্তশিল্পীয়ে চুবুৰীয়া বিভিন্ন ৰাজ্যলৈ এই কাম কৰিবলৈ যোৱাৰ পৰম্পৰা এশ বছৰৰো পুৰণি

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Shreya Kanoi

শিল্পকলা আৰু জীৱিকাক সম্পৰ্কক লৈ গৱেষণা কৰা শ্ৰেয়া কানৈ ২০২৩ৰ পাৰি-এমএমএফ ফেল’।

Photographs

Gagan Narhe

গগন নাৰ্হে কমিউনিকেচন ডিজাইনৰ এগৰাকী অধ্যাপক। তেওঁ বিবিচিৰ দক্ষিণ এছিয়াৰ ভিজুৱেল জাৰ্নেলিষ্ট হিচাপে কাম কৰিছে।

Photographs

Shreya Kanoi

শিল্পকলা আৰু জীৱিকাক সম্পৰ্কক লৈ গৱেষণা কৰা শ্ৰেয়া কানৈ ২০২৩ৰ পাৰি-এমএমএফ ফেল’।

Editor

Priti David

প্ৰীতি ডেভিদ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী সাংবাদিক আৰু পাৰিৰ শিক্ষা সম্পাদক। তেওঁ গ্ৰামীণ সমস্যৰাজীক শ্ৰেণীকোঠা আৰু পাঠ্যক্ৰমলৈ আনি আমাৰ সময়ৰ সমস্যাবোৰ যুৱচামৰ লগত লগ লাগি নথিভুক্ত কৰাৰ কাম কৰে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।