in-kuthluru-waiting-for-the-light-to-change-as

Jul 16, 2024

পৰিৱৰ্তনৰ এচমকা পোহৰৰ আশাত কুট্টুলুৰু গাঁও

কুদুৰইমুখা ৰাষ্ট্ৰীয় উদ্যানত বাস কৰা মালেকুড়িয়া আদিবাসী সম্প্ৰদায়টোৱে পানী, বিদ্যুতৰ দৰে মৌলিক সুবিধাসমূহৰ অবিহনে জীৱন নিৰ্বাহ কৰি আহিছে৷ পিকো হাইড্ৰো টাৰ্বাইনত বিনিয়োগ কৰি এই আদিবাসী সম্প্ৰদায়টোৱে কিদৰে সাময়িক সকাহ পাইছে সেয়া এই ভিডিঅ’টোত প্ৰত্যক্ষ কৰক

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Vittala Malekudiya

ভিট্টালা মালেকুড়িয়া এগৰাকী সাংবাদিক আৰু ২০১৭ৰ পাৰি ফেল’। দক্ষিণা কান্নাড়া জিলাৰ বেল্টাংগাড়ি তালুকৰ কুন্দ্ৰেমুখ ৰাষ্ট্ৰীয় উদ্যানৰ কুট্টুলুৰু গাঁৱৰ বাসিন্দা ভিট্টালা বনাঞ্চলৰ অধিবাসী মালেকুড়িয়া সম্প্ৰদায়ৰ। মাংগালুৰু ইউনিভাৰ্ছিটিৰ পৰা তেওঁ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী ভিট্টালাই সম্প্ৰতি কান্নাড়া দৈনিক ‘প্ৰজাবাণী’ৰ বেংগালুৰু অফিছত কাম কৰে।

Editor

Vinutha Mallya

বিনুথা মাল্যা পাৰিৰ এজন উপদেষ্টা সম্পাদক। তেওঁ ২০২২ চনৰ জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ পাৰিৰ মুখ্য সম্পাদক হিচাপে কৰ্মৰত আছিল।

Translator

Manoranjan Majumder

মনোৰঞ্জন মজুমদাৰ এজন পেছাদাৰী অনুবাদক ৷ তেওঁ অৱসৰ সময়ত চিনেমা চাবলৈ আৰু কিতাপ পঢ়িবলৈ ভাল পায় ৷