in-2023-catching-em-young-as

Jan 09, 2024

পাৰি-শিক্ষাৰ্থীৰ লেখাৰে ২০২৩ বৰ্ষটো

‘বৰ্তমান সময়ৰ এক চলন্ত পাঠ্যপুঠি’ স্বৰূপ পাৰিৰ ষ্ট’ৰিবোৰৰ বিশাল আৰ্কাইভ দেশখনৰ বিভিন্ন ঠাইৰ শ্ৰেণীকোঠালৈ লৈ যায় পাৰিয়ে। পাৰিৰ এই শিতানলৈ অৰিহণা যোগাব বিচৰা ছাত্ৰ-ছাত্ৰীয়ে সেয়ে শ্ৰেণীকোঠাৰ বাহিৰৰ জগতখনত ভৰি দিয়ে, মানুহৰ সাক্ষাৎকাৰ লয়, ফটো তোলে, তথ্য নথিবদ্ধ কৰে আৰু আমাৰ সৈতে এনেকৈ শিকাৰ মাজতে তেওঁলোকে গ্ৰামীণ ভাৰতখনৰ বিষয়ে আমাৰ আৰ্কাইভটো অধিক সমৃদ্ধ কৰি তুলিছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

PARI Education Team

আমি গ্ৰাম্য ভাৰত আৰু উপান্ত শ্ৰেণীৰ ষ্ট’ৰিবোৰ মূলধাৰাৰ শিক্ষা পাঠ্যক্ৰমলৈ আনো। নিজৰ চৌপাশক লৈ ৰিপ’ৰ্টিং আৰু নথিভুক্তকৰণ কৰিব বিচৰা যুৱচামৰ সৈতে কাম কৰি, তেওঁলোকক পথপ্ৰদৰ্শন কৰি, প্ৰশিক্ষণ দি সাংবাদিকতাৰ আৰ্হিৰে ষ্ট’ৰিটেলিং কৰিবলৈ শিকাও। আমি এয়া ছুটি পাঠ্যক্ৰম, ছেচন আৰু কৰ্মশালা আৰু শিক্ষাৰ্থীক সৰ্বসাধাৰণৰ জীৱনবোৰ ভালকৈ অনুধাৱন কৰিব পৰাকৈ পাঠ্যক্ৰম প্ৰস্তুতিত সহায় কৰোঁ।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।