লহাপুৰখনক পুৰোগামী চহৰ বুলি জনা যায়। চাহু, ফুলে আৰু আম্বেদকাৰৰ দৰে অগ্ৰগামী চিন্তানায়কৰ ইতিহাসেৰে সংপৃক্ত এই চহৰ। বিভিন্ন জাতি-ধৰ্মৰ লোকে ভিন্ন সাহিত্য-সংস্কৃতিৰ প্ৰেক্ষাপটত এতিয়াও এই উদাৰ চিন্তাধাৰাক আগুৱাই নিয়াৰ বাবে কাম কৰি আহিছে।

কিন্তু অনৈক্যৰ মাজত যি এই ঐক্য, তাত বিভাজন অনাৰ বাবে শেহতীয়া সময়ত অপচেষ্টা চলিছে। চিন্তাক চিন্তাৰেই পৰাজিত কৰিব লাগিব। ছৰফুদ্দিন দেশাই আৰু সুনীল মালিয়ে সমাজৰ এই সমন্বয় অটুত ৰখাৰ বাবে চেষ্টা কৰিছে।

ছৰফুদ্দিন দেশাই আৰু সুনীল মালি মহাৰাষ্ট্ৰৰ ক’লহাপুৰ জিলাৰ তাৰদাল গাঁৱৰ বাসিন্দা। ছৰফুদ্দিন দেশাইয়ে হিন্দু গুৰু এজনৰ ওচৰত দীক্ষা লৈছে, আনফালে সুনীল মালিয়ে মুছলমান গুৰু এজনৰ ওচৰত।

তথ্যচিত্ৰখন চাওক: ভ্ৰাতৃত্ববোধ

অনুবাদ: পংকজ দাস

Jaysing Chavan

جے سنگھ چوہان، کولہا پور کے ایک فری لانس فوٹوگرافر اور فلم ساز ہیں۔

کے ذریعہ دیگر اسٹوریز Jaysing Chavan
Text Editor : PARI Desk

پاری ڈیسک ہمارے ادارتی کام کا بنیادی مرکز ہے۔ یہ ٹیم پورے ملک میں پھیلے نامہ نگاروں، محققین، فوٹوگرافرز، فلم سازوں اور ترجمہ نگاروں کے ساتھ مل کر کام کرتی ہے۔ ڈیسک پر موجود ہماری یہ ٹیم پاری کے ذریعہ شائع کردہ متن، ویڈیو، آڈیو اور تحقیقی رپورٹوں کی اشاعت میں مدد کرتی ہے اور ان کا بندوبست کرتی ہے۔

کے ذریعہ دیگر اسٹوریز PARI Desk
Translator : Pankaj Das

پنکج داس، پیپلز آرکائیو آف رورل انڈیا (پاری) میں آسامی کے ٹرانسلیشنز ایڈیٹر ہیں۔ وہ گوہاٹی میں رہتے ہیں اور لوکلائزیشن ایکسپرٹ کے طور پر یونیسیف کے ساتھ بھی کام کرتے ہیں۔ انہیں idiomabridge.blogspot.com پر لفظوں کے ساتھ کھیلنا پسند ہے۔

کے ذریعہ دیگر اسٹوریز Pankaj Das