braille-and-the-ballot-as

Kolkata, West Bengal

May 24, 2024

ব্ৰেইল আৰু বেলট

বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ বাবে ৰাজ্যিক বিধি অনুসাৰে কেতবোৰ সুবিধা আছে যদিও বাবলু কৈৱৰ্তহঁতে এইবাৰ ২০২৪ৰ সাধাৰণ নিৰ্বাচনত ভাগ যে ল’ব পাৰিব, তাৰ নিশ্চয়ত নাই

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Sarbajaya Bhattacharya

সৰ্বজয়া ভট্টাচাৰ্য্য পাৰিৰ এগৰাকী জ্যেষ্ঠ সহকাৰী সম্পাদক। কলকাতা নিবাসী এগৰাকী অভিজ্ঞ বাংলা অনুবাদক। তেওঁ চহৰখনৰ ইতিহাস আৰু ভ্ৰমণ সাহিত্যৰ অনুৰাগী।

Editor

Priti David

প্ৰীতি ডেভিদ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী সাংবাদিক আৰু পাৰিৰ শিক্ষা সম্পাদক। তেওঁ গ্ৰামীণ সমস্যৰাজীক শ্ৰেণীকোঠা আৰু পাঠ্যক্ৰমলৈ আনি আমাৰ সময়ৰ সমস্যাবোৰ যুৱচামৰ লগত লগ লাগি নথিভুক্ত কৰাৰ কাম কৰে।

Illustration

Antara Raman

অন্তৰা ৰমন এগৰাকী চিত্ৰকৰ আৰু ৱেবছাইট ডিজাইনাৰ। সামাজিক প্ৰক্ৰিয়া আৰু ৰূপকথামূলক চিত্ৰকল্পৰ প্ৰতি তেওঁৰ আগ্ৰহ আছে। বেংগালুৰুৰ সৃষ্টি ইনষ্টিটিউট অৱ আৰ্ট, ডিজাইন আৰু টেকনলজিৰ স্নাতক অন্তৰা ৰমনে বিশ্বাস কৰে যে কাহিনীৰ কথকতাৰ পৃথিৱীখন আৰু সচিত্ৰকৰণ, দুয়োটা পৰস্পৰৰ সহযোগী।

Photographs

Prolay Mondal

যাদৱপুৰ বিশ্ববিদ্যালয়ৰ বাংলা বিভাগৰ এগৰাকী এম.ফিল ডিগ্ৰীধাৰী প্ৰলয় মণ্ডল বিশ্ববিদ্যালখনৰ স্কুল অৱ কালচাৰেল টেক্সটচ্ এণ্ড ৰেকৰ্ডচ-ত কৰ্মৰত।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।