a-temple-of-gold-as

Jan 22, 2024

সোণে-ৰূপে চিকমিকোৱা এটা মন্দিৰ…

এছিয়া মহাদেশৰ আৰু ভাৰতৰ প্ৰথমগৰাকী ভাৰতীয় নোবেল বটা বিজয়ী পশ্চিমবংগৰ কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ এটা বাংলা কবিতাই ৰাজ্য, ধৰ্ম আৰু আমাৰ মানৱীয় প্ৰমূল্যবোধৰ ভেঁটি গঢ়া সত্য, শান্তি, অনুকম্পা আৰু প্ৰেমৰ কথা আমাক সোঁৱৰাই দিছে

Want to republish this article? Please write to zahra@ruralindiaonline.org with a cc to namita@ruralindiaonline.org

Poem

Rabindranath Tagore

English Translation

Arunava Sinha

অৰুণাভ সিনহা অশোকা বিশ্ববিদ্যালয়ৰ সৃষ্টিশীল লিখনী বিভাগৰ এগৰাকী সহযোগী অধ্যাপক আৰু অশোকা অনুবাদ কেন্দ্ৰৰ সহ-পৰিচালক। পুৰস্কাৰপ্ৰাপ্ত অনুবাদক অৰুণাভে বাংলা আৰু ইংৰাজী ভাষাত কাম কৰিছে, ভালেমান ধ্ৰুপদী সাহিত্য আৰু সমসাময়িক সাহিত্য, প্ৰবন্ধ আৰু কবিতা অনুবাদ কৰিছে।

Illustration

Atharva Vankundre

অথৰ্ৱ বাংকুন্দ্ৰে মুম্বাইৰ এগৰাকী ষ্ট’ৰিটেলাৰ আৰু ইলাষ্ট্ৰেটৰ। তেওঁ ২০২৩ৰ জুলাইৰ পৰা আগষ্টলৈ পাৰিত ইনটাৰ্ন হিচাপে কাম কৰিছে।

Translator

Dhrubajyoti Dhanantari

ধ্ৰুৱজ্যোতি ধনন্তৰি গুৱাহাটীৰ এগৰাকী সাংবাদিক।