a-fall-that-felled-a-tree-and-a-family-as

Mysuru, Karnataka

Jun 30, 2023

এজোপা গছৰ সৈতে হাউলি পৰিল এটা পৰিয়াল

পত্নী মহাদেৱাম্মাৰ চিকিৎসাৰ খৰছ উলিয়াব পাৰিম বুলি ভাবি খেতিয়ক সুব্বাইয়াই তেওঁৰ অতিকৈ মৰমৰ বটগছজোপা বিক্ৰী কৰি দিছিল

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Ramya Coushik

ৰম্যা কৌশিক বেংগালুৰুৰ এগৰাকী যোগাযোগ কনজালটেণ্ট। তেওঁ প্ৰকৃতি আৰু প্ৰাকৃতিক কৃষি বিষয়ক লেখা-মেলা কৰে।

Editor

Vishaka George

বেংগালুৰুৰ বিশাখা জৰ্জ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ জ্যেষ্ঠ সম্পাদক। তেওঁ জীৱিকা আৰু পৰিৱেশ সংক্ৰান্ত বিষয়ত প্ৰতিবেদন যুগুতায়। তেওঁ পাৰিৰ ছ’চিয়েল মিডিয়াৰ কাম চায় আৰু এডুকেচন টিমটোৰ সৈতে কাম কৰি পাৰিৰ প্ৰতিবেদনবোৰৰ যোগেদি ছাত্ৰ-ছাত্ৰীক তেওঁলোকৰ চৌপাশৰ সমস্যাৰাজী নথিবদ্ধ কৰিবলৈ শিকায়।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।