ৰেচেনাহাল্লিত-তলাবন্ধৰ-সাহায্য-বিচাৰি

Bengaluru, Karnataka

Jul 13, 2020

ৰেচেনাহাল্লিত তলাবন্ধৰ সাহায্য বিচাৰি

উত্তৰ বেংগালুৰুৰ বস্তি অঞ্চলত বাস কৰা প্ৰব্ৰজনকাৰীৰ দিনমজুৰীৰ কাম বন্ধ হৈ পৰিল, হাতত থকা টকা শেষ হ’ল, খোৱাবস্তুৰ নাটনি, কিন্তু তেওঁলোকে তথাপিও ঘৰভাড়া দিব লাগিব, সন্তানক খুৱাব লাগিব, ক্ষুধা নিবাৰণ কৰিব লাগিব

Translator

Pankaj Das

Want to republish this article? Please write to zahra@ruralindiaonline.org with a cc to namita@ruralindiaonline.org

Author

Sweta Daga

শ্বেতা দাগা বাংগালুৰুৰ এগৰাকী লেখক আৰু ফটোগ্ৰাফাৰ, লগতে ২০১৫ৰ PARI জলপানি প্ৰাপক। তেওঁ জলবায়ু পৰিৱৰ্তন, লিংগ আৰু সামাজিক সমতাৰ দৰে বিষয়সমূহক লৈ লেখা-মেলা কৰি আহিছে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।