সুন্দৰবনৰ-শ্ৰেণীকোঠাৰ-পৰা-অন্তৰ্ধান-শিক্ষাৰ্থী

South 24 Parganas, West Bengal

Feb 11, 2023

সুন্দৰবনৰ শ্ৰেণীকোঠাৰ পৰা অন্তৰ্ধান শিক্ষাৰ্থী

ঘনাই অহা ঘূৰ্ণীবতাহ, মাটিয়ে-পানীয়ে লৱণৰ পৰিমাণ বাঢ়ি অহাত বিপৰ্য্যস্ত হৈ পৰা কৃষি আৰু মাছমৰা জীৱিকা আদি নানানটা সমস্যা অতিক্ৰম কৰি স্কুললৈ যোৱাটো কঠিন হৈ পৰিছে। এনে পৰিস্থিতিত স্কুল আধাতে এৰা, বাল্যবিবাহ আৰু কামৰ সন্ধানত ওলাই অহা স্কুলীয়া শিশুৰ সংখ্যা বাঢ়িছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Sovan Daniary

শোভন দানিয়াৰিয়ে সুন্দৰবনৰ শৈক্ষিক ক্ষেত্ৰখনত কাম কৰে। অঞ্চলটোৰ শিক্ষা আৰু জলবায়ু পৰিৱৰ্তন আৰু সেই দুয়োটাৰ মাজৰ সম্পৰ্কৰ দিশ দাঙি ধৰাৰ বাবে আলোকচিত্ৰণত আগ্ৰহী শোভন এগৰাকী ফটোগ্ৰাফাৰ।

Translator

Srishti Shreyam

সৃষ্টি শ্ৰেয়ম মুম্বাইস্থিত এগৰাকী ইণ্টাৰডিচিপ্লিনেৰি শিল্পী। পূৰ্বতে বিভিন্ন অসমীয়া নিউজ চেনেলত কাম কৰা সৃষ্টিয়ে ভইচ অভাৰ আৰ্টিষ্ট হিচাপে আৰু অসমীয়া ভাষা বিশেষজ্ঞ হিচাপে কাম কৰি আহিছে। তেওঁ অসমীয়া ভাষাত দুখনকৈ চুটিগল্পৰ কিতাপো প্ৰকাশ কৰিছে। সৃষ্টি এগৰাকী চলচ্চিত্ৰ নিৰ্মাতাও। তেওঁ এখন চুটিছবি লিখিছে আৰু পৰিচালনা কৰিছে।