লকডাউনৰ-বোজা-কঢ়িওৱা-বনগিৰিৰ-মহিলা

Mayiladuthurai district, Tamil Nadu

Mar 07, 2022

লকডাউনৰ বোজা কঢ়িওৱা বনগিৰিৰ মহিলা

ক’ভিড-১৯ লকডাউনে কেনেকৈ তামিলনাডুৰ উপকুলীয় গাওঁ বনগিৰিৰ মহিলা মাছমৰীয়াসকলৰ উপাৰ্জন একেবাৰে নাইকিয়া কৰি পেলালে আৰু তেওঁলোকক দাৰিদ্ৰ্যৰ গৰাহলৈ ঠেলি দিলে, তাৰেই ছবিখন ইয়াত দাঙি ধৰা হৈছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Nitya Rao

নিত্যা ৰাও গ্ৰেট বৃটেইনৰ নৰৱিচৰ ইউনিভাৰ্চিটি অৱ ইষ্ট এংলিয়াৰ লিংগ আৰু বিকাশ বিভাগৰ এগৰাকী প্ৰাধ্যাপিকা। মহিলাৰ অধিকাৰ, নিয়োগ আৰু শিক্ষাৰ ক্ষেত্ৰখনত এগৰাকী গৱেষক, শিক্ষক আৰু অধিবক্তা হিচাপে প্ৰায় তিনিটা দশক তেওঁ কাম কৰিছে।

Author

Alessandra Silver

এলেছেন্দ্ৰা চিলভাৰ পুডুচেৰীৰ ঔৰোভিলেৰ এগৰাকী ইটালিয়ান মূলৰ চলচ্চিত্ৰ নিৰ্মাতা। তেওঁ আফ্ৰিকা মহাদেশত চলচ্চিত্ৰ নিৰ্মাণ আৰু ফটো-ৰিপ’ৰ্টিঙৰ কাৰণে বিভিন্ন বঁটা লাভ কৰিছে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।