যোশীমঠৰ-যাদুকৰী-লতা-আৰু-স্বপ্নদ্ৰষ্টা

Bangalore, Karnataka

Feb 03, 2023

যোশীমঠৰ যাদুকৰী লতা আৰু স্বপ্নদ্ৰষ্টা

যোশীমঠ আৰু তাৰ চাৰিওকাষৰ অৱনমনৰ বাবে চহৰখনৰ শ শ বাসগৃহত ফাঁট মেলিছে। এই কবিতাটো উক্ত দুৰ্য্যোগৰ পিচত লিখা হৈছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Pratishtha Pandya

প্ৰতিষ্ঠা পাণ্ডিয়া আহমেদাবাদ বিশ্ববিদ্যালয়ৰ এগৰাকী ফেকাল্টি মেম্বাৰ। কবি তথা অনুবাদক পাণ্ডিয়াই গুজৰাটী আৰু ইংৰাজী ভাষাত কাম কৰে। তেওঁ পাৰিৰ বাবে লিখা-মেলাৰ লগতে অনুবাদো কৰে।

Illustration

Labani Jangi

লাৱনি জংগি ২০২০ৰ পাৰি ফেল’ আৰু পশ্চিমংবগৰ নাদিয়া জিলাৰ এগৰাকী স্ব-শিক্ষিত চিত্ৰশিল্পী। তেওঁ চেণ্টাৰ ফৰ ষ্টাডিজ ইন ছ’চিয়েল চায়েন্সেজ, কলকাতাত শ্ৰমিকৰ প্ৰব্ৰজন সন্দৰ্ভত পিএইছডি কৰি আছে।

Translator

Rubee Barooah Das

ৰুবী বৰুৱা দাস উন্নয়নমূলক ক্ষেত্ৰত কাম কৰি অহা এগৰাকী জ্যেষ্ঠ সাংবাদিক তথা সাহিত্য আৰু অনুবাদৰ ছাত্ৰী। যোগাযোগৰ ইমেইল আইডি হৈছেঃ [email protected]