মোৰ-ধাৰ-কিমান-মই-নাজানো

Vikarabad, Telangana

Mar 18, 2023

‘মোৰ ধাৰ কিমান, মই নাজানো’

চিলতামপাল্লে গাঁৱৰ খেতিয়ক কমল চন্দ্ৰই আত্মহত্যা কৰা ১৩ বছৰ হ’ল। তেওঁৰ পত্নী পৰমেশ্বৰীয়ে গিৰীয়েকে সুদখোৰৰ পৰা লোৱা ধাৰবোৰ এতিয়াও অতি কষ্টৰে পৰিশোধ কৰি থাকিবলগীয়া হৈছে, কিমান দিব লগা আছে, তাৰ কোনো কাগজো তেওঁৰ হাতত নাই

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Amrutha Kosuru

অম্ৰুতা কচুৰু এগৰাকী মুক্ত সাংবাদিক তথা ২০২২ৰ এগৰাকী পাৰি ফেল’। তেওঁ এছিয়ান কলেজ অৱ জাৰ্নেলিজিমৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছে আৰু ২০২৪ৰ এগৰাকী ফুলব্ৰাইট-নেহৰু ফেল’। 

Editor

Sanviti Iyer

সংবিতি আয়াৰ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী সমল সমন্বয়ক। তেওঁ গ্ৰামীণ ভাৰতৰ সমস্যাৰাজী শিক্ষাৰ্থীৰ সৈতে নথিভুক্ত কৰা আৰু প্ৰতিবেদন যুগুতোৱা কামো কৰে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।