ভেল্কীবাজিঃ-আপোন-ভাতৃও-যত-অদৃশ্য-হৈ-পৰে

Nadia, West Bengal

Mar 04, 2022

ভেল্কীবাজিঃ আপোন ভাতৃও য’ত অদৃশ্য হৈ পৰে

বাটৰ যাদুকৰ গুলাব আৰু শ্বেহজাদ শ্বেইখে পশ্চিম বংগৰ নাদিয়া জিলাত ভেল্কীবাজি আৰু অদৃশ্য হোৱাৰ কলা প্ৰদৰ্শন কৰে – কিন্তু এটা বস্তু তেওঁলোকে অদৃশ্য কৰিব নোৱাৰে আৰু সেয়া হৈছে ভোক

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Soumyabrata Roy

সৌম্যব্ৰত ৰয় পশ্চিমবংগৰ তেহাট্টাৰ এগৰাকী মুক্ত ফটো সাংবাদিক। তেওঁ বেলুৰ মথস্থিত ৰামকৃষ্ণ মিছন বিদ্যামন্দিৰ (কলকাতা বিশ্ববিদ্যালয়ৰ অন্তৰ্গত)ৰ পৰা ২০১৯ত ফটোগ্ৰাফিৰ ডিপ্ল’মা পাঠ্যক্ৰম সম্পূৰ্ণ কৰিছে।

Translator

Manoranjan Majumder

মনোৰঞ্জন মজুমদাৰ এজন পেছাদাৰী অনুবাদক ৷ তেওঁ অৱসৰ সময়ত চিনেমা চাবলৈ আৰু কিতাপ পঢ়িবলৈ ভাল পায় ৷