ভেনিৰ-ষ্টৰি-এগৰাকী-সাহসী-মহিলাৰ-কাহিনী

Cuddalore, Tamil Nadu

Mar 08, 2022

ভেনিৰ ষ্ট’ৰি: ‘এগৰাকী সাহসী মহিলা’ৰ কাহিনী

মাছ বিক্ৰীৰ পৰা নিলামলৈ, কি কি যে কাম বেণীয়ে নকৰে। তামিলনাডুৰ ক’ড্ডালৰৰ মাছমৰীয়াৰ জাহাজঘাটত মাছৰ বেপাৰ পৰিচালনা আৰু বিক্ৰী কৰা মহিলাসকলৰ মাজত এইগৰাকী বেণীয়ে সফলতাৰ চানেকি গঢ়িছে। তেওঁলোকৰ কথাই এই তথ্যচিত্ৰখনৰ যোগেদি তুলি ধৰা হৈছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Nitya Rao

নিত্যা ৰাও গ্ৰেট বৃটেইনৰ নৰৱিচৰ ইউনিভাৰ্চিটি অৱ ইষ্ট এংলিয়াৰ লিংগ আৰু বিকাশ বিভাগৰ এগৰাকী প্ৰাধ্যাপিকা। মহিলাৰ অধিকাৰ, নিয়োগ আৰু শিক্ষাৰ ক্ষেত্ৰখনত এগৰাকী গৱেষক, শিক্ষক আৰু অধিবক্তা হিচাপে প্ৰায় তিনিটা দশক তেওঁ কাম কৰিছে।

Author

Alessandra Silver

এলেছেন্দ্ৰা চিলভাৰ পুডুচেৰীৰ ঔৰোভিলেৰ এগৰাকী ইটালিয়ান মূলৰ চলচ্চিত্ৰ নিৰ্মাতা। তেওঁ আফ্ৰিকা মহাদেশত চলচ্চিত্ৰ নিৰ্মাণ আৰু ফটো-ৰিপ’ৰ্টিঙৰ কাৰণে বিভিন্ন বঁটা লাভ কৰিছে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।