বিহাৰৰ চেওহাৰ জিলাৰ মুছাহাৰ তোলা চুবুৰীৰ নিজ ঘৰত শান্তি মাঝিয়ে সাতোটাকৈ সন্তান জন্ম দিছে। সেই চুবুৰীৰ কমেইহে স্বাস্থ্যসেৱাৰ সুবিধা পায় আৰু বেছিভাগেই নাজানে যে প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত সন্তান প্ৰসৱ কৰাব পাৰি
কবিতা আয়াৰে দুটা দশক ধৰি সাংবাদিকতা কৰি আহিছে। তেওঁ ‘Landscapes Of Loss: The Story Of An Indian Drought’ৰ গ্ৰন্থকাৰ (হাৰ্পাৰ কলিন্সৰ দ্বাৰা ২০১১ত প্ৰকাশিত)।