বাঁহ-পাতেৰে-মেক-ইন-ইণ্ডিয়া

Ganjam, Odisha

Mar 26, 2023

বাঁহ-পাতেৰে মেক ইন ইণ্ডিয়া

ওড়িশাৰ গ্ৰামাঞ্চলৰ কৃষক, শ্ৰমিক আৰু ভেড়াৰখীয়াসকলে কাম কৰাৰ সময়ত অতি নিখুঁতভাবে বোৱা ‘বৰষুণৰ টুপী’ পিন্ধে। আদিবাসীসকলে বৈ উলিওৱা সেই জাপিবোৰ সৰু সৰু বিক্ৰেতাই নিজৰ চাইকেলত বোজাই কৰি লৈ দূৰ-দূৰণিৰ গাঁৱে-গাঁৱে পেডেল মাৰি গৈ বিক্ৰী কৰে

Translator

Nirab Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

P. Sainath

পি. সাইনাথ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ প্ৰতিস্থাপক সম্পাদক। তেওঁ ভালেকেইদশক ধৰি গ্ৰামীণ সাংবাদিকতা কৰিছে আৰু ‘এভ্ৰিবাডি লাভচ্ এ গুড ড্ৰট’ আৰু ‘দা লাষ্ট হিৰোজ: ফুট চলজাৰ্ছ অৱ ইণ্ডিয়ান ফ্ৰীডম’ শীৰ্ষক গ্ৰন্থ দুখনৰ লিখক।

Translator

Nirab Das

স্নাতকোত্তৰ শিক্ষক নিৰব দাস অসমৰ নগাওঁ জিলাৰ বাসিন্দা।