বনৰীয়া-ছাগলী-আৰু-ঘৰ-ৱাপছি

Allahabad, Uttar Pradesh

Jun 08, 2022

বনৰীয়া ছাগলী আৰু ঘৰ-ৱাপছি

ক্ৰমবৰ্দ্ধমান জাতিগত হিংসা আৰু সমগ্ৰ পৃথিৱীতে প্ৰব্ৰজিতসকলক বাধা দিয়াৰ, অৱৰূদ্ধ কৰাৰ আৰু স্বদেশলৈ উভতাই পঠোৱাৰ অভিযান আৰু তেওঁৰ নিজৰ দেশৰ সংখ্যালঘূসকলৰ প্ৰতি বৰ্ধিত ঘৃণা দেখি ‘ঘৰ-ৱাপছি’ৰ অৰ্থ বিচাৰি এজন কবি চিন্তিত হৈ পৰিছে

Poem and Text

Anshu Malviya

Illustrations

Labani Jangi

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Poem and Text

Anshu Malviya

অংশু মালবিয়া এগৰাকী কবি, তেওঁৰ তিনিখনকৈ কাব্য সংকলন প্ৰকাশ পাইছে। নগৰাঞ্চলৰ দৰিদ্ৰ আৰু অসংগঠিত খণ্ডৰ শ্ৰমিকৰ সৈতে কাম কৰা এলাহবাদৰ অংশু মালবিয়া এগৰাকী সামাজিক আৰু সাংস্কৃতিক কৰ্মী। তেওঁ সংমিশ্ৰিত ঐতিহ্য দিশতো কাম কৰে।

Illustrations

Labani Jangi

লাৱনি জংগি ২০২০ৰ পাৰি ফেল’ আৰু পশ্চিমংবগৰ নাদিয়া জিলাৰ এগৰাকী স্ব-শিক্ষিত চিত্ৰশিল্পী। তেওঁ চেণ্টাৰ ফৰ ষ্টাডিজ ইন ছ’চিয়েল চায়েন্সেজ, কলকাতাত শ্ৰমিকৰ প্ৰব্ৰজন সন্দৰ্ভত পিএইছডি কৰি আছে।

Translator

Rubee Barooah Das

ৰুবী বৰুৱা দাস উন্নয়নমূলক ক্ষেত্ৰত কাম কৰি অহা এগৰাকী জ্যেষ্ঠ সাংবাদিক তথা সাহিত্য আৰু অনুবাদৰ ছাত্ৰী। যোগাযোগৰ ইমেইল আইডি হৈছেঃ [email protected]