দিণ্ডিগুলত-দলিত-মহিলাৰ-সাহসিকতাই-গঢ়িলে-ইতিহাস

Dindigul, Tamil Nadu

Jul 18, 2022

দিণ্ডিগুলত দলিত মহিলাৰ সাহসিকতাই গঢ়িলে ইতিহাস

তামিলনাডুৰ বস্ত্ৰ উদ্যোগত কাম কৰা ৰমা, লতা আৰু তেওঁলোকৰ ইউনিয়নে কৰ্মস্থলীত লিংগ আৰু জাত-পাতৰ নিপীড়ন নিৰ্মূল কৰাৰ বাবে দীৰ্ঘদিনীয়া সংগ্ৰামৰ অন্তত সফলতা লাভ কৰিলে - দিণ্ডিগুল চুক্তি স্বাক্ষৰিত হ’ল আৰু আন্তঃৰাষ্ট্ৰীয় ফেছন জগতখনত ই এক মাইলৰ খুঁটি হৈ ৰ’ল

Translator

Pankaj Das

Illustrations

Antara Raman

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Gokul G.K.

গকুল জি. কে. কেৰালাৰ তিৰুৱনন্তপুৰমৰ এগৰাকী মুক্ত সাংবাদিক।

Illustrations

Antara Raman

অন্তৰা ৰমন এগৰাকী চিত্ৰকৰ আৰু ৱেবছাইট ডিজাইনাৰ। সামাজিক প্ৰক্ৰিয়া আৰু ৰূপকথামূলক চিত্ৰকল্পৰ প্ৰতি তেওঁৰ আগ্ৰহ আছে। বেংগালুৰুৰ সৃষ্টি ইনষ্টিটিউট অৱ আৰ্ট, ডিজাইন আৰু টেকনলজিৰ স্নাতক অন্তৰা ৰমনে বিশ্বাস কৰে যে কাহিনীৰ কথকতাৰ পৃথিৱীখন আৰু সচিত্ৰকৰণ, দুয়োটা পৰস্পৰৰ সহযোগী।

Editor

Vinutha Mallya

বিনুথা মাল্যা পাৰিৰ এজন উপদেষ্টা সম্পাদক। তেওঁ ২০২২ চনৰ জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ পাৰিৰ মুখ্য সম্পাদক হিচাপে কৰ্মৰত আছিল।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।