তীব্ৰ-অনাহাৰঃ-তলাবন্ধৰ-কবলত-চহৰ

Pune, Maharashtra

Jun 02, 2020

তীব্ৰ অনাহাৰঃ তলাবন্ধৰ কবলত চহৰ

পুণেৰ কথৰুড়ৰ ওচৰে-পাজৰে থকা ঘৰুৱা বনকৰা মানুহ আৰু পৌৰকৰ্মীসকল, যাৰ অধিকাংশ প্ৰব্ৰজনকাৰী, তেওঁলোকে এতিয়া ক’ভিড-১৯ তলাবন্ধৰ সময়ত চৰকাৰৰ বিনামূলীয়া ৰেচনৰ প্ৰতিশ্ৰুতি স্বত্তেও অনাহাৰে দিন পাৰ কৰিছে

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Jitendra Maid

মৌখিক পৰম্পৰাৰ ওপৰত অধ্যয়ন কৰা জীতেন্দ্ৰ মাইদ এগৰাকী মুক্ত সাংবাদিক। তেওঁ বহুবছৰ আগতে পুণেৰ চেণ্টাৰ ফৰ কোপাৰেটিভ ৰিচাৰ্ছ ইন ছচিয়েল চায়েন্সত গায় পইটেভিন আৰু হেমা ৰাইৰকাৰৰ সৈতে গৱেষণা সমন্বয়ক হিচাপে কাম কৰিছিল।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।