তানুবাই-গোৱিলকাৰ-জাম্ভালিৰ-শেষজন-ৱাকাল-শিপিনী

Kolhapur district, Maharashtra

May 03, 2022

তানুবাই গোৱিলকাৰ: জাম্ভালিৰ শেষজন ৱাকাল শিপিনী

হাতেৰে ৱাকাল মানে কঁথা চিলোৱা তানুবাই গোৱিলকাৰে জীৱনৰ তিনিকুৰিৰো অধিক বছৰ বয়স এই সুক্ষ্ম শিল্পবিধতে কটাইছে। গা পৰি আহিলেও তেওঁ মহাৰাষ্ট্ৰৰ ক’লহাপুৰ জিলাৰ এই মৃতপ্ৰায় পৰম্পৰাটোক জীয়াই ৰাখিছে

Photo Editor

Binaifer Bharucha

Translator

Pankaj Das

Reporter

Sanket Jain

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Reporter

Sanket Jain

সংকেত জৈন মহাৰাষ্ট্ৰৰ ক’লহাপুৰৰ এগৰাকী সাংবাদিক। তেওঁ ২০২২ৰ এগৰাকী জ্যেষ্ঠ ফেল’ আৰু ২০১৯ৰ পাৰি ফেল’।

Editor

Sangeeta Menon

সংগীতা মেনন মুম্বাইৰ এগৰাকী লেখিকা, সম্পাদিকা আৰু কমিউনিকেশ্যন কনছালটেণ্ট।

Photo Editor

Binaifer Bharucha

বিনাইফেৰ ভাৰুচা মুম্বাইৰ এগৰাকী মুক্ত ফটোগ্ৰাফাৰ আৰু পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ ফটো সম্পাদক।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।