গ্ৰামাঞ্চলেই-যত-শিক্ষক-সেয়াই-পাৰি-এজুকেচন

Mumbai, Maharashtra

Aug 26, 2022

গ্ৰামাঞ্চলেই য’ত শিক্ষক, সেয়াই পাৰি এজুকেচন

আজি আমি পাৰি এজুকেচন মুকলি কৰিছো, গ্ৰামাঞ্চৰ মানুহৰ দৈনন্দিন জীৱন কেনেকুৱা, সেয়া শিকা, গৱেষণা কৰা আৰু শিকোৱাৰ এই যাত্ৰাত আমাৰ সৈতে সহযোগ কৰক

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

PARI Education Team

আমি গ্ৰাম্য ভাৰত আৰু উপান্ত শ্ৰেণীৰ ষ্ট’ৰিবোৰ মূলধাৰাৰ শিক্ষা পাঠ্যক্ৰমলৈ আনো। নিজৰ চৌপাশক লৈ ৰিপ’ৰ্টিং আৰু নথিভুক্তকৰণ কৰিব বিচৰা যুৱচামৰ সৈতে কাম কৰি, তেওঁলোকক পথপ্ৰদৰ্শন কৰি, প্ৰশিক্ষণ দি সাংবাদিকতাৰ আৰ্হিৰে ষ্ট’ৰিটেলিং কৰিবলৈ শিকাও। আমি এয়া ছুটি পাঠ্যক্ৰম, ছেচন আৰু কৰ্মশালা আৰু শিক্ষাৰ্থীক সৰ্বসাধাৰণৰ জীৱনবোৰ ভালকৈ অনুধাৱন কৰিব পৰাকৈ পাঠ্যক্ৰম প্ৰস্তুতিত সহায় কৰোঁ।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।