গোৰখপুৰত-জ্বৰ-শংকা-আৰু-সংখ্যাৰ-খেলিমেলি

Gorakhpur, Uttar Pradesh

May 18, 2022

গোৰখপুৰত জ্বৰ, শংকা আৰু সংখ্যাৰ খেলিমেলি

এনকেফেলাইটিছে যোৱা চাৰিটা দশকত উত্তৰ প্ৰদেশৰ হাজাৰ হাজাৰ শিশুৰ প্ৰাণ লৈছে। চৰকাৰী হিচাপত এনকেফেলাইটিছৰ কে’চ কমি আহিছে বুলি দেখুওৱা হৈছে যদিও ৰোগবিধক লৈ ভয় আৰু হিচাপত নধৰাক লৈও শংকা এতিয়াও বিৰাজমান

Translator

Pankaj Das

Reporter

Parth M.N.

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Reporter

Parth M.N.

পাৰ্থ এমএনঃ পাৰ্থ এমএন এগৰাকী পাৰি ফেল'। তেওঁ লছ এঞ্জেলছ টাইমৰ ভাৰতৰ বিশেষ সংবাদদাতা আৰু বিভিন্ন অনলাইন পৰ্টেলৰ মুক্ত সাংবাদিক। তেওঁ ক্ৰিকেট খেলি আৰু ভ্ৰমণ কৰি ভাল পায়।

Editor

Vinutha Mallya

বিনুথা মাল্যা পাৰিৰ এজন উপদেষ্টা সম্পাদক। তেওঁ ২০২২ চনৰ জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ পাৰিৰ মুখ্য সম্পাদক হিচাপে কৰ্মৰত আছিল।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।