কোলাৰ-কেঁচুৱা-হেৰুৱাই-শোকাগ্নিত-দগ্ধ-জনতা-কত-সেই-অনাথৰ-নাথ

Gorakhpur, Uttar Pradesh

Sep 23, 2021

কোলাৰ কেঁচুৱা হেৰুৱাই শোকাগ্নিত দগ্ধ জনতা, ক’ত সেই অনাথৰ নাথ

উত্তৰ প্ৰদেশৰ গোৰখপুৰ, মথুৰা আৰু ফিৰোজবাদ জিলাৰ বহু শিশুৱে এক মাৰাত্মক জ্বৰত প্ৰাণ হেৰুওৱা আৰু তাৰ মাজতে ৰাজহুৱা স্বাস্থ্য ব্যৱস্থা ভাগি পৰা দেখি গোৰখপুৰৰ বেদনাক্লিষ্ট কবিৰ কলমেৰে ক্ষোভৰ শব্দ নিগৰিছে

Poems and Text

Devesh

Translator

Pankaj Das

Paintings

Labani Jangi

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Poems and Text

Devesh

দেৱেশ এগৰাকী কবি, সাংবাদিক, চলচ্চিত্ৰ নিৰ্মাতা আৰু অনুবাদক। তেওঁ পিপলচ্ আৰ্কাইভ অৱ ইণ্ডিয়াৰ হিন্দী ভাষাৰ অনুবাদ সম্পাদক।

Paintings

Labani Jangi

লাবনি জংগি পশ্চিমবংগৰ নাডিয়া জিলাৰ এগৰাকী স্বশিক্ষিত চিত্ৰশিল্পী। তেওঁ ২০২০ত আৰম্ভ হোৱা টি.এম. কৃষ্ণা-পাৰি পুৰস্কাৰৰ প্ৰথমগৰাকী বিজেতা। পিএইচডি ছাত্ৰী লাবনিয়ে চেণ্টাৰ ফৰ ষ্টাডিজ ইন চ’চিয়েল চায়েন্সেজ, কলকাতাত শ্ৰমিক প্ৰবজন বিষয়ৰ ওপৰত কাম কৰি আছে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।