কৃষকসকলৰ-সমৰ্থনত-দুনাইবাৰ-ভাবিব-লগা-নহয়

Nashik, Maharashtra

Mar 11, 2021

কৃষকসকলৰ সমৰ্থনত ‘দুনাইবাৰ ভাবিব লগা নহয়’

এখন ভৰি বেয়া হোৱা স্বত্বেও মাছমৰীয়া প্ৰকাশ ভগতে কৃষি আইনৰ বিৰুদ্ধে চলি থকা প্ৰতিবাদৰ সমৰ্থনত নাচিকৰ পৰা দিল্লীলৈ যাত্ৰা কৰা গাড়ীৰ সমদলত ভাগ লোৱা তেওঁৰ পাৰগাঁৱৰ গঞাৰ বাবে ৰন্ধা-বঢ়া কৰিছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Parth M.N.

পাৰ্থ এমএনঃ পাৰ্থ এমএন এগৰাকী পাৰি ফেল'। তেওঁ লছ এঞ্জেলছ টাইমৰ ভাৰতৰ বিশেষ সংবাদদাতা আৰু বিভিন্ন অনলাইন পৰ্টেলৰ মুক্ত সাংবাদিক। তেওঁ ক্ৰিকেট খেলি আৰু ভ্ৰমণ কৰি ভাল পায়।

Author

Shraddha Agarwal

শ্ৰদ্ধা আগৰৱাল এগৰাকী সাংবাদিক আৰু পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ বিষয়বস্তু সম্পাদক।

Translator

Bhabesh Medhi

ভৱেশ মেধি এগৰাকী গুৱাহাটীস্থ সাংবাদিক। স্বাস্থ্য সম্পৰ্কীয় ৰিপ’ৰ্টিঙৰ বাবে তেখেতে দুবাৰকৈ ৰিচ্ মিডিয়া ফেলশ্বিপ লাভ কৰাৰ লগতে শিশু সম্পৰ্কীয় ৰিপ’ৰ্টিঙৰ বাবে দুবাৰকৈ ইউনিচেফফৰ ফেলশ্বিপ লাভ কৰিছে । যোগাযোগৰ ইমেইল আইডি [email protected]