কিলভেনমনি-ধূলিস্যাৎ-ভস্মীভূত-পঁজাঘৰ

Nagapattinam, Tamil Nadu

Jun 03, 2021

কিলভেনমনি: ধূলিস্যাৎ ভস্মীভূত পঁজাঘৰ

১৯৬৮ৰ ২৫ ডিচেম্বৰত তামিলনাডুৰ এইটো চুবুৰীতে জমিদাৰবোৰে ৪৪ জন দলিত শ্ৰমিকক নৃংশসভাৱে হত্যা কৰিছিল। সেই নিপীড়নৰ ইতিবৃত্তকাৰ মৈথিলী শিৱৰমণৰ দেহাৱসানৰ এই সপ্তাহটোত উক্ত গণহত্যাৰ ওপৰত লিখা এটা কবিতা প্ৰকাশ কৰা হৈছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Poem and Text

Sayani Rakshit

ছয়ানি ৰক্ষিত নতুন দিল্লীস্থিত জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ গণসংযোগৰ স্নাতকোত্তৰ পাঠ্যক্ৰমত অধ্যয়নৰত।

Painting

Labani Jangi

লাৱনি জংগি ২০২০ৰ পাৰি ফেল’ আৰু পশ্চিমংবগৰ নাদিয়া জিলাৰ এগৰাকী স্ব-শিক্ষিত চিত্ৰশিল্পী। তেওঁ চেণ্টাৰ ফৰ ষ্টাডিজ ইন ছ’চিয়েল চায়েন্সেজ, কলকাতাত শ্ৰমিকৰ প্ৰব্ৰজন সন্দৰ্ভত পিএইছডি কৰি আছে।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।

Translator

Rubee Barooah Das

ৰুবী বৰুৱা দাস উন্নয়নমূলক ক্ষেত্ৰত কাম কৰি অহা এগৰাকী জ্যেষ্ঠ সাংবাদিক তথা সাহিত্য আৰু অনুবাদৰ ছাত্ৰী। যোগাযোগৰ ইমেইল আইডি হৈছেঃ [email protected]