কিন্তু-বন-বিভাগে-কয়-এয়া-সিহঁতৰহে-মাটি

New Delhi, Delhi

Dec 27, 2019

‘কিন্তু বন বিভাগে কয় এয়া সিহঁতৰহে মাটি’

চেগুন ৰোপন, উচ্ছেদ, মাটিৰ পট্টা নিদিয়াকে ধৰি এশ-এবুৰি সমস্যাৰ কথা আদিবাসী মহিলাই যোৱা সপ্তাহত দিল্লীত উত্থাপন কৰিছিল আৰু বন অধিকাৰ আইনৰ ৰূপায়ণৰ দাবী জনাইছিল। ইফালে বন অধিকাৰ আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত গোচৰৰ শুনানি অপেক্ষাৰত

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Chitrangada Choudhury

চিত্ৰাংগদা চৌধুৰী এগৰাকী স্বতন্ত্ৰ সাংবাদিক আৰু পিপল্চ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ মূল গোটৰ এগৰাকী সদস্যা।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।