এইখন-দেশ-ঋতুমতী-মহিলাৰ-নহয়

Udham Singh Nagar, Uttarakhand

Sep 19, 2022

এইখন দেশ ঋতুমতী মহিলাৰ নহয়

উত্তৰাখণ্ডৰ উধম নগৰ জিলাৰ মহিলাই ঋতুস্ৰাৱ আৰু সন্তান প্ৰসৱৰ সময়ত বাধ্য হৈ মানিবলগীয়া এলান্ধুকলীয়া প্ৰথা আৰু দুৰ্ভোগৰ কথা কৈছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Kriti Atwal

কৃতী আটৱাল উত্তৰাখণ্ডৰ উধম নগৰ জিলাৰ নানাকমাট্টা পাব্লিক স্কুলৰ দ্বাদশ শ্ৰেণীৰ এগৰাকী ছাত্ৰী।

Illustration

Anupama Daga

অনুপমা দাগাই অলপতে চাৰুকলাৰ স্নাতক ডিগ্ৰী লাভ কৰিছে। তেওঁ ইলাষ্ট্ৰেচন আৰু মোচন ডিজাইনৰ প্ৰতি আগ্ৰহী। তেওঁ ষ্ট’ৰিটেলিঙত শব্দ আৰু ছবিৰে কাম কৰি ভাল পায়।

Editor

PARI Education Team

আমি গ্ৰাম্য ভাৰত আৰু উপান্ত শ্ৰেণীৰ ষ্ট’ৰিবোৰ মূলধাৰাৰ শিক্ষা পাঠ্যক্ৰমলৈ আনো। নিজৰ চৌপাশক লৈ ৰিপ’ৰ্টিং আৰু নথিভুক্তকৰণ কৰিব বিচৰা যুৱচামৰ সৈতে কাম কৰি, তেওঁলোকক পথপ্ৰদৰ্শন কৰি, প্ৰশিক্ষণ দি সাংবাদিকতাৰ আৰ্হিৰে ষ্ট’ৰিটেলিং কৰিবলৈ শিকাও। আমি এয়া ছুটি পাঠ্যক্ৰম, ছেচন আৰু কৰ্মশালা আৰু শিক্ষাৰ্থীক সৰ্বসাধাৰণৰ জীৱনবোৰ ভালকৈ অনুধাৱন কৰিব পৰাকৈ পাঠ্যক্ৰম প্ৰস্তুতিত সহায় কৰোঁ।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।