উত্তৰপ্ৰদেশৰ-উভৈনদী-নীতি-বিকল-আঁচনি-ভুক্তভোগী-কিশোৰী

Chitrakoot, Uttar Pradesh

Jan 28, 2023

উত্তৰপ্ৰদেশৰ উভৈনদী নীতি: বিকল আঁচনি, ভুক্তভোগী কিশোৰী

ক’ভিড-১৯ৰ সময়ৰে পৰা উত্তৰ প্ৰদেশৰ চিত্ৰকূট জিলাৰ দৰিদ্ৰ পৰিয়ালৰ ছোৱালীবোৰ ছেনীটেৰী নেপকিনৰ পৰা বঞ্চিত হৈছে। ৰাজ্যৰ কিশোৰী সুৰক্ষা যোজনা বিকল হৈ পৰাত তেওঁলোক ঋতুচক্ৰজনিত স্বাস্থ্যসংকটত পৰিছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Jigyasa Mishra

জিজ্ঞাসা মিশ্ৰা উত্তৰ প্ৰদেশৰ চিত্ৰকূটৰ এগৰাকী মুক্ত সাংবাদিক।

Editor

Pratishtha Pandya

প্ৰতিষ্ঠা পাণ্ড্যা পাৰিৰ সৃজনীমূলক শাখাক নেতৃত্ব দিয়া এগৰাকী জ্যেষ্ঠ সম্পাদক। তেওঁ পাৰিভাষা গোটৰ এগৰাকী সদস্য আৰু গুজৰাটী ভাষাত অনুবাদ আৰু সম্পাদনা কৰে। গুজৰাটী আৰু ইংৰাজী ভাষাত কাম কৰা এগৰাকী কবি।

Translator

Quiline Kakoty

কুইলিন কাকতি দিল্লীস্থিত এগৰাকী মুক্ত সাংবাদিক, লেখক, ব্লগাৰ তথা অনুবাদক। কুইলিনে বিগত ১৫ বছৰ ধৰি সাংবাদিকতা আৰু অনুবাদৰ সৈতে জড়িত হৈ আছে আৰু কেইবাখনো শীৰ্ষস্থানীয় বাতৰি কাকত, আলোচনী আৰু ৱেব পৰ্টেলত লিখা-মেলা কৰে।