ইচালকাৰাঞ্জিত-তোৰণবোৰ-জিলেটিন-ইশ্বৰ-আৰু-শুভেচ্ছা

Kolhapur, Maharashtra

Aug 30, 2022

ইচালকাৰাঞ্জিত তোৰণবোৰ: জিলেটিন, ইশ্বৰ আৰু শুভেচ্ছা

মহাৰাষ্ট্ৰৰ ইচালকাৰাঞ্জি চহৰৰ ৭০ বছৰত ভৰি দিয়া মুৰালীধৰ জাৱাহিৰে অতি কষ্টসাধ্য প্ৰক্ৰিয়াৰে এতিয়াও কাগজ-বাঁহৰ তোৰণ তৈয়াৰ কৰে - এই হস্তশিল্পৰ বাবে তেওঁ যথেষ্ট গৌৰৱান্বিত বুলি ভাবিলেও আন কোনোৱে এয়া শিকিব নোখোজে

Translator

Pankaj Das

Want to republish this article? Please write to zahra@ruralindiaonline.org with a cc to namita@ruralindiaonline.org

Author

Sanket Jain

সংকেত জৈন মহাৰাষ্ট্ৰৰ ক’লহাপুৰৰ এগৰাকী সাংবাদিক। তেওঁ ২০২২ৰ এগৰাকী জ্যেষ্ঠ ফেল’ আৰু ২০১৯ৰ পাৰি ফেল’।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।