আম্বেদকাৰৰ-ধাৰা-অব্যাহত-ৰখা-কাদুবাই-আৰু-তেওঁৰ-একতাৰী

Aurangabad, Maharashtra

Mar 02, 2023

আম্বেদকাৰৰ ধাৰা অব্যাহত ৰখা কাদুবাই আৰু তেওঁৰ একতাৰী

মহাত্মা ফুলেৰ শিষ্য মুক্তা চালভেয়ে ১৮৮৫তে জাতিভেদ প্ৰথাৰ বিৰোধিতা কৰাৰ দৰে কাদুবাই খাৰাটে বাবাচাহেবৰ দীক্ষাক সৰোগত কৰি আজিৰ তাৰিখত তেওঁৰ গীত আৰু একতাৰীৰে মাত মাতিছে

Illustration

Labani Jangi

Translator

Pankaj Das

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Keshav Waghmare

কেশৱ ৱাঘমাৰে মহাৰাষ্ট্ৰৰ পুনেৰ এগৰাকী লেখক আৰু গৱেষক। তেওঁ দলিত আদিবাসী অধিকাৰ আন্দোলন (ডিএএএ) ৰ প্ৰতিষ্ঠাপক। এই সংগঠন ২০১২ চনত প্ৰতিষ্ঠা হৈছিল আৰু তেওঁলোকে মাৰাঠৱাড়াৰ জনসাধাৰণক বহু বছৰ ধৰি নথিভূক্ত কৰি আহিছে।

Illustration

Labani Jangi

লাৱনি জংগি ২০২০ৰ পাৰি ফেল’ আৰু পশ্চিমংবগৰ নাদিয়া জিলাৰ এগৰাকী স্ব-শিক্ষিত চিত্ৰশিল্পী। তেওঁ চেণ্টাৰ ফৰ ষ্টাডিজ ইন ছ’চিয়েল চায়েন্সেজ, কলকাতাত শ্ৰমিকৰ প্ৰব্ৰজন সন্দৰ্ভত পিএইছডি কৰি আছে।

Editor

Vinutha Mallya

বিনুথা মাল্যা পাৰিৰ এজন উপদেষ্টা সম্পাদক। তেওঁ ২০২২ চনৰ জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ পাৰিৰ মুখ্য সম্পাদক হিচাপে কৰ্মৰত আছিল।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।