night-life-in-the-darkness-of-white-town-as

Puducherry, Puducherry

Mar 30, 2024

শুভ্ৰ চহৰৰ নৈশ কৰ্মী

পুডুছেৰী বুলি ক’লে যিখন শুভ্ৰ-নিকা চহৰ আপোনাৰ চকুত ভাঁহি উঠে, সেই চহৰখনক আপোনাৰ দৃষ্টিৰে তেনেকৈয়ে গঢ়ি তোলে নিশাৰ ভাগত কাম কৰা ঠিকাভিত্তিক মহিলা চাফাই কৰ্মীয়ে

Translator

Deity

Want to republish this article? Please write to zahra@ruralindiaonline.org with a cc to namita@ruralindiaonline.org

Author

M. Palani Kumar

এম. পালানি কুমাৰ পিপলচ্ আৰ্কাই অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী ষ্টাফ ফটোগ্ৰাফাৰ। তেওঁ শ্ৰমিক শ্ৰেণীৰ মহিলা তথা উপান্ত শ্ৰেণীৰ লোকৰ জীৱনবোৰ আলোকচিত্ৰ আৰু প্ৰতিবেদনৰ যোগেদি তুলি ধৰাত আগ্ৰহী। পালানিয়ে ২০২১ত এমপ্লিফাই অনুদান আৰু ২০২০ত সমস্যক দৃষ্টি আৰু ফটো চাউথ এছিয়া অনুদান অনুদান লাভ কৰিছিল। ২০২২ত তেওঁ প্ৰথমটো দয়ানিধি সিং-পাৰি তথ্যচিত্ৰ আলোকচিত্ৰ বঁটা লাভ কৰিছিল। তেওঁ তামিলনাডুত হাতেকৰা চাফাই কৰ্মীৰ ওপৰত চলচ্চিত্ৰকাৰ দিব্যা ভাৰথীৰ দ্বাৰা নিৰ্মিত ‘কাকূচ’ নামৰ তথ্যচিত্ৰখনৰ চিনেমেটোগ্ৰাফি কৰিছে।

Translator

Deity

গুৱাহাটীৰ ডেইটী এগৰাকী অনুবাদক আৰু লিখক। তেওঁ মুক্ত বিহংগৰ দৰে আকাশত উৰি ফুৰিব বিচাৰে।