zanskars-yak-herders-are-feeling-the-heat-as

Kargil, Ladakh, Jammu and Kashmir

Dec 03, 2023

শীতপ্ৰধান লাডাখৰ য়াক পালককো দহিছে গ্ৰীষ্মই

লাডাখত তাপমাত্ৰা বৃদ্ধি পোৱাৰ ফলত জাংস্কাৰ উপত্যকাত য়াক পালকসকল সমস্যাৰ সন্মুখীন হৈছে। পশুপালন এতিয়া আৰু লাভজনক জীৱিকা হৈ থকা নাই, এই বৃত্তিতো এৰি দিবলৈকো তেওঁলোকে গুণা-গঁথা কৰিবলগীয়া হৈছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Ritayan Mukherjee

ৰীতায়ান মুখাৰ্জী কলকাতাৰ এগৰাকী ফটোগ্ৰাফীৰ প্ৰতি আগ্ৰহী ব্যক্তি তথা ২-১৬ বৰ্ষৰ পাৰি ফেলো। তেঁও তিব্বতীয়ান মালভূমিৰ যাযাবৰ যাজক সম্প্ৰদায়ৰ জীৱনসংক্ৰান্ত তথ্য নথিভুক্ত কৰা দীৰ্ঘম্যাদী প্ৰকল্প এটাত নিয়োজিত।

Editor

Sanviti Iyer

সংবিতি আয়াৰ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী সমল সমন্বয়ক। তেওঁ গ্ৰামীণ ভাৰতৰ সমস্যাৰাজী শিক্ষাৰ্থীৰ সৈতে নথিভুক্ত কৰা আৰু প্ৰতিবেদন যুগুতোৱা কামো কৰে।

Translator

Dhrubajyoti Dhanantari

ধ্ৰুৱজ্যোতি ধনন্তৰি গুৱাহাটীৰ এগৰাকী সাংবাদিক।