will-the-budget-help-marry-off-my-daughters-as

Chennai, Tamil Nadu

Feb 10, 2025

‘এই বাজেটে মোৰ ছোৱালীকেইজনীক বিয়া দিয়াত সহায় কৰিবনে?’

চেন্নাইৰ বৈধব্য জীৱন কটোৱা এগৰাকী গ্ৰামীণ প্ৰব্ৰজনকাৰী মহিলা যাৰ স্বামী চেপটিক টেংকত ডুবি প্ৰাণ হেৰুৱাইছিল, তেওঁ চৰকাৰক বুজাই দিবলৈ কৈছে ২০২৫-২৬ৰ বাজেটে তেওঁৰ কি উপকাৰ সাধিব

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Kavitha Muralidharan

কবিতা মুৰুলিধৰণ চেন্নাইৰ এগৰাকী স্বতন্ত্ৰ সাংবাদিক আৰু অনুবাদক। তেওঁ আগেয়ে ‘ইণ্ডিয়া টুডে’(তামিল)ৰ সম্পাদক আছিল। তাৰ আগেয়ে তেওঁ ‘দ্যা হিন্দু’(তামিল)ৰ প্ৰতিবেদন শাখাৰ মুৰব্বী আছিল।

Editor

P. Sainath

পি. সাইনাথ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ প্ৰতিস্থাপক সম্পাদক। তেওঁ ভালেকেইদশক ধৰি গ্ৰামীণ সাংবাদিকতা কৰিছে আৰু ‘এভ্ৰিবাডি লাভচ্ এ গুড ড্ৰট’ আৰু ‘দা লাষ্ট হিৰোজ: ফুট চলজাৰ্ছ অৱ ইণ্ডিয়ান ফ্ৰীডম’ শীৰ্ষক গ্ৰন্থ দুখনৰ লিখক।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।