where-will-we-go-leaving-everything-behind-as

Birbhum, West Bengal

Jul 06, 2023

‘ঘৰ-মাটি সকলো এৰি আমি যাম ক’লৈ?’

পশ্চিমবংগৰ দেওচা-পাঁচামি কয়লাখনিত মাটি আৰু জীৱিকা ৰক্ষাৰ আন্দোলনত আগভাগ লৈছে মহিলাসকলে। এগৰাকী শিল্পীয়ে ৰং-তুলিকাৰ জৰিয়তে সেই সংগ্ৰামৰ কাহিনী শুনাইছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Labani Jangi

লাৱনি জংগি ২০২০ৰ পাৰি ফেল’ আৰু পশ্চিমংবগৰ নাদিয়া জিলাৰ এগৰাকী স্ব-শিক্ষিত চিত্ৰশিল্পী। তেওঁ চেণ্টাৰ ফৰ ষ্টাডিজ ইন ছ’চিয়েল চায়েন্সেজ, কলকাতাত শ্ৰমিকৰ প্ৰব্ৰজন সন্দৰ্ভত পিএইছডি কৰি আছে।

Editor

Sarbajaya Bhattacharya

সৰ্বজয়া ভট্টাচাৰ্য্য পাৰিৰ এগৰাকী জ্যেষ্ঠ সহকাৰী সম্পাদক। কলকাতা নিবাসী এগৰাকী অভিজ্ঞ বাংলা অনুবাদক। তেওঁ চহৰখনৰ ইতিহাস আৰু ভ্ৰমণ সাহিত্যৰ অনুৰাগী।

Translator

Dhrubajyoti Dhanantari

ধ্ৰুৱজ্যোতি ধনন্তৰি গুৱাহাটীৰ এগৰাকী সাংবাদিক।