walking-with-the-elephants-in-udanti-sitanadi-tiger-reserve-as

Dhamtari, Chhattisgarh

Jan 30, 2025

উদন্তি সীতানদী ব্যাঘ্ৰ অভয়াৰণ্যত হস্তীৰ সন্ধানত

হাতী অনুসৰণ কৰি তথ্য গোটোৱা - এই গোটেই কাৰবাৰটোৱেই বিপদসংকূল, তত্সত্ত্বেও ছট্টিশগড়ৰ থেনাহি গাঁৱৰ তৰুণসকলে ঘোৰ অৰণ্যত হাতীৰ চলাচলৰ ওপৰত নজৰ ৰাখে। অৰণ্যলৈ আগমন ঘটা হাতীৰ জাকটোক বনবিভাগে আদৰণি জনাইছে যদিও গাওঁবাসীয়ে নিজৰ শস্যখিনি বাচি থাকিব নে নাই, তাকে লৈ উদ্বিগ্ন হৈ পৰিছে

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Student Reporter

Prajjwal Thakur

প্ৰাজ্জ্বল ঠাকুৰ চত্তিশগড়ৰ ভিলাইৰ দিল্লী পাব্লিক স্কুলৰ এগৰাকী ছাত্ৰী।

Editor

Sarbajaya Bhattacharya

সৰ্বজয়া ভট্টাচাৰ্য্য পাৰিৰ এগৰাকী জ্যেষ্ঠ সহকাৰী সম্পাদক। কলকাতা নিবাসী এগৰাকী অভিজ্ঞ বাংলা অনুবাদক। তেওঁ চহৰখনৰ ইতিহাস আৰু ভ্ৰমণ সাহিত্যৰ অনুৰাগী।

Translator

Manoranjan Majumder

মনোৰঞ্জন মজুমদাৰ এজন পেছাদাৰী অনুবাদক ৷ তেওঁ অৱসৰ সময়ত চিনেমা চাবলৈ আৰু কিতাপ পঢ়িবলৈ ভাল পায় ৷