to-walk-a-mile-as

Jajpur, Odisha

Sep 22, 2024

ক্ষয় যোৱা ছেন্দেলৰ আঁৰৰ কাহিনীবোৰ

পাৰিৰ ফটোগ্ৰাফাৰ আৰু সাংবাদিক এম পালানি কুমাৰে তেওঁৰ জীৱন আৰু কৰ্মক্ষেত্ৰত চকুত পৰা ছেন্দেলবোৰ আৰু সেয়া পিন্ধা লোকসকলে কোৱা কাহিনীবোৰৰ ওপৰত লিখিছে

Want to republish this article? Please write to zahra@ruralindiaonline.org with a cc to namita@ruralindiaonline.org

Author

M. Palani Kumar

এম. পালানি কুমাৰ পিপলচ্ আৰ্কাই অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী ষ্টাফ ফটোগ্ৰাফাৰ। তেওঁ শ্ৰমিক শ্ৰেণীৰ মহিলা তথা উপান্ত শ্ৰেণীৰ লোকৰ জীৱনবোৰ আলোকচিত্ৰ আৰু প্ৰতিবেদনৰ যোগেদি তুলি ধৰাত আগ্ৰহী। পালানিয়ে ২০২১ত এমপ্লিফাই অনুদান আৰু ২০২০ত সমস্যক দৃষ্টি আৰু ফটো চাউথ এছিয়া অনুদান অনুদান লাভ কৰিছিল। ২০২২ত তেওঁ প্ৰথমটো দয়ানিধি সিং-পাৰি তথ্যচিত্ৰ আলোকচিত্ৰ বঁটা লাভ কৰিছিল। তেওঁ তামিলনাডুত হাতেকৰা চাফাই কৰ্মীৰ ওপৰত চলচ্চিত্ৰকাৰ দিব্যা ভাৰথীৰ দ্বাৰা নিৰ্মিত ‘কাকূচ’ নামৰ তথ্যচিত্ৰখনৰ চিনেমেটোগ্ৰাফি কৰিছে।

Translator

Srishti Shreyam

সৃষ্টি শ্ৰেয়ম মুম্বাইস্থিত এগৰাকী ইণ্টাৰডিচিপ্লিনেৰি শিল্পী। পূৰ্বতে বিভিন্ন অসমীয়া নিউজ চেনেলত কাম কৰা সৃষ্টিয়ে ভইচ অভাৰ আৰ্টিষ্ট হিচাপে আৰু অসমীয়া ভাষা বিশেষজ্ঞ হিচাপে কাম কৰি আহিছে। তেওঁ অসমীয়া ভাষাত দুখনকৈ চুটিগল্পৰ কিতাপো প্ৰকাশ কৰিছে। সৃষ্টি এগৰাকী চলচ্চিত্ৰ নিৰ্মাতাও। তেওঁ এখন চুটিছবি লিখিছে আৰু পৰিচালনা কৰিছে।