this-is-hard-work-and-the-money-is-not-enough-as

Mar 02, 2024

‘খাটনি বহুত, পইচা তেনেই কম’

ঝাড়খণ্ডৰ পালামৌ জিলাৰ হেহেগাৰা হাবিৰ পৰা সংগ্ৰহ কৰা শালপাতেৰে সকুনি আৰু গীতা দেৱীয়ে থাল-বাতি বনায়। যোৱা দুটা দশক ধৰি দুই বান্ধৱীয়ে এই কাম কৰি আহিছে যদিও উপাৰ্জন তেনেই কম, কিন্তু কামটো এৰিবও তেওঁলোকে নোৱাৰে

Want to republish this article? Please write to zahra@ruralindiaonline.org with a cc to namita@ruralindiaonline.org

Author

Ashwini Kumar Shukla

অশ্বিনী কুমাৰ শুক্লা ঝাৰখণ্ডৰ এগৰাকী মুক্ত সাংবাদিক আৰু নতুন দিল্লীৰ ভাৰতীয় গণসংযোগ প্ৰতিষ্ঠান (আই.আই.এম.)ৰ ২০১৮-১৯ শিক্ষাবৰ্ষৰ এগৰাকী স্নাতক। তেওঁ পাৰি-এম.এম.এফ.ৰ ২০২৩ৰ ফেল’।

Editor

Sarbajaya Bhattacharya

সৰ্বজয়া ভট্টাচাৰ্য্য পাৰিৰ এগৰাকী জ্যেষ্ঠ সহকাৰী সম্পাদক। কলকাতা নিবাসী এগৰাকী অভিজ্ঞ বাংলা অনুবাদক। তেওঁ চহৰখনৰ ইতিহাস আৰু ভ্ৰমণ সাহিত্যৰ অনুৰাগী।

Translator

Pankaj Das

পংকজ দাস পাৰিৰ অসমীয়া ভাষা সম্পাদক আৰু ইউনিচেফ অসমৰ অনুবাদক। তেওঁ আজৰি পৰত idiomabridge.blogspot.com-ত লিখে।