the-winter-night-with-no-end-as

Bhopal, Madhya Pradesh

Dec 03, 2024

সেই কালৰাত্ৰিৰ অৱসান কেতিয়া...

চল্লিশ বছৰ আগত ভূপালত ইউনিয়ন কাৰ্বাইড ইণ্ডিয়া লিমিটেডৰ কলঘৰৰ পৰা বিষাক্ত মিথাইল আইছ’চায়ানেট নিৰ্গমনৰ ফলত সংঘটিত ভয়ংকৰ দুৰ্ঘটনাত বাচি যোৱা লোকসকলে এতিয়াও তাৰ প্ৰভাৱ আৰু মানসিক আঘাতৰ পৰা মুক্ত হ’ব পৰা নাই। সমান্তৰালভাৱে চলিছে ক্ষতিপূৰণৰ দীঘলীয়া আইনী যুঁজ

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Student Reporter

Prabhu Mamadapur

প্ৰভু মমাদাপুৰে ভূপালৰ আজিম প্ৰেমজী বিশ্ববিদ্যালয়ত জনস্বাস্থ্যৰ স্নাতকোত্তৰ ডিগ্ৰী পাঠ্যক্ৰমত অধ্যয়নৰত। তেওঁ এগৰাকী আয়ুৰ্বেদিক ডাক্তৰ আৰু প্ৰযুক্তি তথা জনস্বাস্থ্যত আগ্ৰহী। লিংকডইন প্ৰফাইল: https://www.linkedin.com/in/dr-prabhu-mamadapur-b159a7143/

Editor

Sarbajaya Bhattacharya

সৰ্বজয়া ভট্টাচাৰ্য্য পাৰিৰ এগৰাকী জ্যেষ্ঠ সহকাৰী সম্পাদক। কলকাতা নিবাসী এগৰাকী অভিজ্ঞ বাংলা অনুবাদক। তেওঁ চহৰখনৰ ইতিহাস আৰু ভ্ৰমণ সাহিত্যৰ অনুৰাগী।

Editor

Priti David

প্ৰীতি ডেভিদ পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী সাংবাদিক আৰু পাৰিৰ শিক্ষা সম্পাদক। তেওঁ গ্ৰামীণ সমস্যৰাজীক শ্ৰেণীকোঠা আৰু পাঠ্যক্ৰমলৈ আনি আমাৰ সময়ৰ সমস্যাবোৰ যুৱচামৰ লগত লগ লাগি নথিভুক্ত কৰাৰ কাম কৰে।

Translator

Dhrubajyoti Dhanantari

ধ্ৰুৱজ্যোতি ধনন্তৰি গুৱাহাটীৰ এগৰাকী সাংবাদিক।