the-last-chukker-of-the-polo-ball-craftsman-as

Howrah, West Bengal

Dec 15, 2023

বাঁহৰ প’ল’ বলঃ বিলুপ্ত শিল্পবিধৰ জীৱন্ত সাক্ষীজন...

ৰঞ্জিত মাল হৈছে হাওৰা জিলাৰ দেউলপুৰ জনগণনা চহৰৰ একমাত্ৰ ব্যক্তি যিয়ে বাঁহৰ মূঢ়াৰ পৰা প’ল’ বল তৈয়াৰ কৰিব পাৰে। অৱশ্যে এতিয়া তেওঁৰ এই বিশেষ দক্ষতাই প্ৰাসংগিকতা হেৰুৱাই পেলাইছে। কিয়নো এতিয়া বাঁহৰ মূঢ়াৰ পৰা হাতেৰে তৈয়াৰ কৰা প’ল’ বলৰ ঠাই লৈছে মেচিনত নিৰ্মিত ফাইবাৰগ্লাছ বলে। কিন্তু চাৰি দশক ধৰি তেওঁ বাঁহৰ মূঢ়াৰ পৰা প’ল’ বল তৈয়াৰ কৰিয়েই জীৱনপাত কৰিছে। এই বিশেষ শৈল্পিক কামবিধৰ সৈতে জড়িত হৈ তেওঁ অৰ্জন কৰিছে বিচিত্ৰ অভিজ্ঞতা

Want to republish this article? Please write to [email protected] with a cc to [email protected]

Author

Shruti Sharma

শ্ৰুতি শৰ্মা এম.এম.এফ.–পাৰি ফেল’ (২০২২-২৩)। তেওঁ কলিকতাৰ চেণ্টাৰ ফৰ ষ্টাডিজ ইন ছ’চিয়েল চায়েন্সেজত ভাৰতত খেল সামগ্ৰী তৈয়াৰীৰ সামাজিক ইতিহাস বিষয়ৰ ওপৰত পি.এইছডি-ৰ বাবে কৰ্মৰত।

Editor

Dipanjali Singh

দীপাঞ্জলী সিং পিপলচ্ আৰ্কাইভ অৱ ৰুৰেল ইণ্ডিয়াৰ এগৰাকী সহকাৰী সম্পাদক। তেওঁ পাৰি লাইব্ৰেৰীৰ গৱেষক আৰু ডকুমেণ্ট কিউৰেটৰ।

Translator

Dhrubajyoti Dhanantari

ধ্ৰুৱজ্যোতি ধনন্তৰি গুৱাহাটীৰ এগৰাকী সাংবাদিক।